Third Trimester- Pregnancy and Breastfeeding Videos : Vegetarian recipes for 7 month old babies: Assamese

Watch pre-requisite : Third Trimester- Pregnancy and Breastfeeding Videos : Nutritious powder recipes for 6 to 24 months old children

User Visit : 329

1. ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক খাদ্য

a. শক্তিৰ প্ৰয়োজনীয়তা

b. খাদ্যৰ প্ৰকাৰ

c. খাদ্যৰ পৰিমাণ

d. খাদ্যৰ ক্ৰম

e. খাদ্যৰ সমন্বয়

f. লগতে শিশুৰ খাদ্যত বিভিন্ন পুষ্টিকৰ পাউদাৰ যোগ কৰা

2. নিৰামিষ বিধিসমূহ :

a. কঠালৰ গুটিৰ খিচৰি

b. বুটৰ ডালি পাচলিৰ খিচৰি

c. অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰি

d. মিথি পাত নাৰিকলৰ খিচৰি

e. ক’দ’ মিলেত বঙালী বুটৰ খিচৰি